Assamese Poem
Wednesday, 6 June 2012
এমুঠি জোনাক বুটলি চোৱা
এমুঠি জোনাক বুটলি চোৱা
ৰাতিৰ আকাশখন এবাৰ জুমি চোৱা
জোনাকৰ নিৰবতায়ে তোমাক দিযাব
তোমাৰ সপোনৰ সুমধুৰ বতৰা
--------
No comments:
Post a Comment
Newer Post
Older Post
Home
Subscribe to:
Post Comments (Atom)
No comments:
Post a Comment