Sunday, 10 June 2012

তোমাৰ বতৰা


মনৰ দুৱাৰ খুলী উলায় অহা
এজাক স্নিগ্ধ জোনাক দি যায় মোক
তোমাৰেই বতৰা
আৰু তেতিয়া মোৰ মন হৈৈ পৰে চঞ্চল 
ওনমনা

Submitted by - SIBANI
--------

No comments:

Post a Comment