Tuesday, 12 June 2012

গুৱাহাটী লাইভ - বৰ বেয়াকৈ পৰিলো


গুৱাহাটী লাইভ মই নাজানো
ফাগুনৰ কোনতো দিনত পৰিছিলো মই তোমাৰ প্ৰেমত
মোৰ অজিনিতেই তুমি বুকুৰ কোনোবা এছুকত লৈ লৈছা ঠাই
আৰু যেতিয়া মই অনুভব কৰিছিলো মই তোমাৰ প্রেমক
থিক তেতিয়াই অকনো কৃপনালী নকৰি
হৃদয় নামৰ বাগিছাখনত ফুলিব দিছিলো তোমাক এপাহী প্রেমৰ ফুল হয়
মই নাজানো সেই ফুলৰ নাম কি?
তথাপিতো ঢালিছিলো মৰম বোৰ পানীবুলি
এতিয়া মোৰ হৃদয়ৰ ফুলনী শূৱাই আছা তুমি
আৰু মই হৈ পৰিছো তোমাৰ প্রেমিকা
গুৱাহাটী লাইভ বৰ বেয়াকৈ পৰিলোঅ' তোমাৰ প্রেমত
এতিয়া মাথো তোমাৰেই নাম মোৰ উথত ।

Submitted by - Sibani
(Any spelling corrections shall be appreciated.) 
--------

No comments:

Post a Comment