Monday, 11 June 2012

তোমাৰ বুকুত লিখি যাম


তোমাৰ বুকুত লিখি যাম মোৰ কবিতা
নালাগে খুন্দিয়াব অনুভূতিয়ে মোৰ হিয়াত
লিখিবলে তোমাৰ বুকুত কবিতা
কলিজাৰ কপনিয়ে জগাই দিব মোক শব্দৰ সমল
আৰু মই লিখি যাম কবিতা কেকবল কবিতা তোমাৰ বুকুত

Submitted by - SIBANI
--------

No comments:

Post a Comment