Wednesday, 6 June 2012

মই সদায়েই ভাবোঁ...

মই সদায়েই ভাবোঁ...
তুমি যি ৰঙেই নিপিন্ধা,
নীলা, সেউজীয়া, ৰঙা অথবা বগা....
মোৰ দুচকুত তুমি সদায়েই ৰঙীন
....তোমাৰ নিরাভৰণ হৃদয়তো মই দেখো ৰামধেনু ...
তুমি তৰগৰ জিলমিলনি তোলা হেঙুলী বেলিৰ আভা ।
--------

No comments:

Post a Comment