Assamese Poem
Wednesday, 6 June 2012
ডেউকা ভগা পখিৰ কান্দোন কেতিয়াবা শুনিচানে?
ডেউকা ভগা পখিৰ কান্দোন কেতিয়াবা শুনিচানে?
হয়তো শুনিচা,অনুভবো কৰিছা তাৰ তীব্য বেদনা,
কিন্তু কাৰোবাৰ অন্তৰৰ মধুৰ সপোনবিলাক থানবান হৈ যোৱাৰ পিছত
হ্দয়ত থুপ খাই থকা বেদনাৰ অপ্রকাশিত দুখানুভূতিৰ গভীৰতা নেদেখিলে কেনেদৰে বুজিবা ।
--------
No comments:
Post a Comment
Newer Post
Older Post
Home
Subscribe to:
Post Comments (Atom)
No comments:
Post a Comment