Tuesday, 5 June 2012

মই যদি এটা চৰাই হলোহেতেন

মই যদি এটা চৰাই হ'লোহেতেন পুৱাতেই গৈ তোমাৰ কোঠাৰ খিৰিকীত পৰিলোগৈহেতেন। মোৰ পাখি মেলি খিৰিকীৰে সোমোৱা ৰ'দ ঢাকি ধৰিলোহেতেন।তুমি যেতিয়া সাৰ পালাহেতেন মই কলোহেতেন..

No comments:

Post a Comment