Assamese Poem
Monday, 11 June 2012
আতৰি আতৰি থাকিলে হেনু যায় কমি মৰম হিয়াত
আতৰি আতৰি থাকিলে হেনু যায় কমি মৰম হিয়াত
হয় ঠুনুকা যদি মৰম
কোনে কয় তেন্তে মিছা কথা ?
যদিয়ো আছা মোৰে সোন
মৰমবোৰ ছোন হিয়াত বাঢ়িছে দুগুন
মাথো তোমালৈ বুলি
Submitted by - SIBANI
--------
No comments:
Post a Comment
Newer Post
Older Post
Home
Subscribe to:
Post Comments (Atom)
No comments:
Post a Comment