Saturday, 9 June 2012

মৰমী তুমি দূৰে দূৰে নৰবা

মৰমী তুমি দূৰে দূৰে নৰবা
মোৰ হৃদয় ভাঙী তুমি ৰং নাছাবা
যোৱা যদি তুমি মোক এৰি
পাহৰিব পাৰিম জানো তোমাক জীবন জুৰি
তোমাৰ প্রেমৰ মিঠা অনুভূতিয়ে মোক
পলে পলে দি যায় এক নতুন জীবন
নাজাবা ভাঙী থৈ মোৰ কোমল হীয়া
ৰাখিম তোমাক মোৰে বুকুতে মাৰমী
ওৰে জীবন ধৰি লৈ সাবতি।


Submitted by - Arpon
--------

No comments:

Post a Comment